Sunday 18 September 2011

মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ

মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ মূল নামঘৰ


Wednesday 31 August 2011


মাণিকপুৰত 501 তম চিলাৰায় দিবস উৎযাপন উপলক্ষে সজা তোৰণ ৷

Saturday 20 August 2011


মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হেলিকপ্তাৰ নমাৰ দৃশ্য

Wednesday 17 August 2011


মাণিকপুৰীয়া ৰাইজে মাঘবিহুৰ  উৰুকাত সমুহীয়াভাবে ভোজভাত খোৱাৰ দৃশ্য

Tuesday 16 August 2011

মাণিকপুৰ

মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়


মাণিকপুৰ অ়্ঞ্চলৰ শিক্ষাৰ বাটকটীয়া এই  বিদ্যালয়খন ১৯৪৬ চনতে স্থাপিত হৈছিল ।

Sunday 14 August 2011

Manikpur Gobinda Bhawan Gita Satra Entrance



Gobinda Bhawan Gita Satra situated in Manikpur in the district of Bongaigaon was established by Swami Krishnananda Brahmachari.